Bhobai Nasilu Assamese Lyrics - Zubeen Garg | Deeplina Deka

Bhobai Nasilu Assamese Lyrics - Zubeen Garg | Deeplina Deka
 Bhobai Nasilu Assamese Lyrics - Zubeen Garg | Deeplina Deka

Lyrics in Assamese

ভবাই নাছিলোঁ মোৰ দৰে
তোমাৰ বুকুৰ সপোনবোৰ যে সাৰে থাকে
জনাই নাছিলোঁ মোৰ বাবে
তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে
ভবাই নাছিলোঁ মোৰ দৰে 
তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে
জনাই নাছিলোঁ মোৰ বাবে 
তোমাক নিমাত জোনাক বোৰেও খেদি ফুৰে

লিখি লিখি থোৱা অলেখ কবিতা তোমাৰ আবেগৰে
ভবাই নাছিলোঁ মোৰ বাবে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে

তুমি চুলে মায়া জাগি উঠে
তুমি প্ৰজাপতি ৰদে জানে
তুমি চালে জুন তৰা বোৰে 
পোহৰ সামৰে আউশিতে
শেষ উশাহেও লব তোমাতেই জিৰণি
তুমি যে মোৰ আধা লিখা জীয়া কাহিনী

মোৰ মন তোমাতেই শেৱালী
মোৰ প্ৰাণ তোমাতেই আজৰি
মোৰ মন তোমাতেই আভিমানি
মোৰ প্ৰাণ তোমাতেই শান্তি

Post a Comment

1 Comments